Life: Sing, Eat & Travel

Life: Sing, Eat & Travel Welcome to Life: Sing, Eat & Travel! It is always said that Life is full of trouble. That is what this page is all about.

To get rid of the troubles try to sing your favorite song, Eat your favorite food, and travel to your favorite destination.

যোৰহাট…অসমৰ এখন ইতিহাস প্ৰসিদ্ধ চহৰ য’ত লিখিত আছে অসম তথা অসমীয়াৰ বহু উত্থান-পতনৰ গাঁথা । বহু পুৰণি মঠ-মন্দিৰৰ চানেকিৰে ...
30/12/2023

যোৰহাট…অসমৰ এখন ইতিহাস প্ৰসিদ্ধ চহৰ য’ত লিখিত আছে অসম তথা অসমীয়াৰ বহু উত্থান-পতনৰ গাঁথা । বহু পুৰণি মঠ-মন্দিৰৰ চানেকিৰে সমৃদ্ধ এই যোৰহাট চহৰখন অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰো এক উপাসনাস্থলী । আপোনালোকে জানি সুখী হ’ব যে উত্তৰ-পূৱৰ প্ৰথমখন ডিপাৰ্টমেন্টেল স্টৰৰো আৰম্ভণি এই যোৰহাট চহৰতে হৈছিল । আজি আপোনালোকক এই সৰু ভিডিঅ’টোৰ জৰিয়তে লৈ যাম ইতিহাস প্ৰসিদ্ধ কালি বিল্ডিংলৈ য’ত স্বাধীনতাৰ কিছুবছৰ পিছতে আৰম্ভ হৈছিল উত্তৰ-পূৱৰ প্ৰথমখন ডিপাৰ্টমেন্টেল স্টৰ ‘ডচ্ এণ্ড কো’ লৈ । কেতিয়াবা যদি আপুনি যোৰহাটলৈ যায়, এই কালি বিল্ডিং যাবলৈ নাপাহৰিব । আপোনালোকে জানি সুখী হ’ব যে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে এই কালি বিল্ডিংক ইতিমধ্যেই হেৰিটেজ বিল্ডিং হিচাপে চিহ্নিত কৰিছে ।
ডচ্ এণ্ড কো ৰ ওপৰত সজাই তোলা ভিডিঅ’ আপোনালোকৰ জ্ঞাতাৰ্থে ইয়াতে দিলোঁ ।

যোৰহাটৰ কালি বিল্ডিংত থকা ডচ্ এণ্ড কোম্পানীলৈ গৈছেনে ? Doss & Co, Jorhat, Assam

https://youtu.be/Gw3Chr3gYY4

Doss & Co, Jorhat, Assam

Heritage_building, Jorhat, Cally building, AssamThis video is all about a heritage building and an old shop of Jorhat city. Cally building, constructed on 19...

সৰুতে সপোন দেখিছিলো উৰাজাহাজত উঠা ৷ যেতিয়াই ঘৰৰ ওপৰেৰে উৰাজাহাজ মানে প্লেইন পাৰ হৈ গৈছিল ভিতৰৰ পৰা দৌৰি ওলাই আহিছিলোঁ ৷ ...
17/12/2023

সৰুতে সপোন দেখিছিলো উৰাজাহাজত উঠা ৷ যেতিয়াই ঘৰৰ ওপৰেৰে উৰাজাহাজ মানে প্লেইন পাৰ হৈ গৈছিল ভিতৰৰ পৰা দৌৰি ওলাই আহিছিলোঁ ৷ কিন্তু প্লেইনৰ পৰা জপিওৱাৰ সপোন কেতিয়াও দেখা নাছিলোঁ ৷
২০১২ চনৰ ১৩ জুলাইত মোৰ এটা খুব ডাঙৰ দূৰ্ঘটনা হৈছিল ৷ প্ৰায় ২ মাহ হস্পিতেলত আছিলোঁ ৷ ভাল হোৱাৰ পিছৰে পৰা ঘৰৰ লগতে পৰিয়ালৰ মানুহবোৰে মৰমেৰে কৈছিল এইটো নকৰিবা, সেইটো নকৰিবা ...নদৌৰিবা ... দুখ পাবা ৷ মোৰ তেতিয়া খুব দুখ লাগিছিল ৷ মনে মনে কান্দিছিলোঁ আৰু ভাৱিছিলোঁ মই কি জীৱনৰ বাবে পংগু হৈ পৰিলোঁ নেকি ? জেদী হৈ পৰিছিলোঁ ৷ কিছুমান কষ্টকৰ কাম কৰি কিবা এটা আত্মসন্তুষ্টি লাভ কৰিছিলোঁ ৷ পাহাৰ বগাইছিলোঁ, সাগৰৰ তলত স্কুবা ডাইভিং কৰিছিলোঁ কিন্তু স্কাই ডাইভৰ কথা কেতিয়াও ভৱা নাছিলোঁ ৷
অষ্ট্ৰেলিয়া যোৱাৰ সৌভাগ্য হৈছিলোঁ ৷ মা,দেউতা,পত্নী, পৰিয়াল কাকো নজনোৱাকৈ স্কাই ডাইভ কৰিছিলোঁ ৷ প্লেইনত উঠি গৈ ১৫০০০ ফুট অৰ্থাৎ প্ৰায় ৪.৫ কি:মি: ওপৰৰ জাম্প মাৰিছিলোঁ ৷ এক পাহৰিব নোৱাৰা অভিজ্ঞতা ৷ পইচা দি ভিডিঅ' ৰেকৰ্ড কৰোৱাইছিলোঁ ৷
আজি অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি অহা প্ৰায় ৬ মাহৰ পিছত সাৰ পাইছোঁ ৷ ভিডিঅ'টো দিছোঁ ৷ সময় পালে চাবচোন ৷৷

https://youtu.be/Bkunq8Wz4Vc

The video is all about my first Sky dive experience at Gold Coast, Australia.

আপোনালোকে যদি ভ্ৰমন ভিডিঅ’ চাই ভাল পাই তেতিয়াহ’লে মোৰ এই ভিডিঅ’টো এবাৰ চাবচোন । মই ভিডিঅ’টোত অষ্ট্ৰেলিয়াৰ গ্ৰেট অ’চেন ৰো...
27/08/2023

আপোনালোকে যদি ভ্ৰমন ভিডিঅ’ চাই ভাল পাই তেতিয়াহ’লে মোৰ এই ভিডিঅ’টো এবাৰ চাবচোন । মই ভিডিঅ’টোত অষ্ট্ৰেলিয়াৰ গ্ৰেট অ’চেন ৰোডটো দেখুৱাবলৈ যত্ন কৰিছোঁ । লগতে মেলবৰ্ণৰ এটা বিখ্যাত চকলেট ফেক্টৰীলৈয়ো গ’লো । চাবচোন সময় পালে ।

বিদেশত আপোন মানুহ ৷৷ মেলবৰ্ণত দ্বিতীয়টি দিন ৷ আজি আমি ক'ত ফুৰিব গ'লো? কি কি কৰিলোঁ? কি কি দেখিলোঁ?

03/08/2023

জিতুল সোনোৱাল দাৰ কন্ঠৰ প্ৰিয় গীতটি এবাৰ গুণগুণাই চালোঁ ।






Kindly have a look ! You will simply love it  :)
26/04/2023

Kindly have a look ! You will simply love it :)

Aquamarine is a very beautiful homestay at the mid of the only floating lake of the world, the Loktak Lake. It was an amazing experience to stay a night in t...

Kindly have a look and show some love please ❤️‍🩹😍🥰
08/04/2023

Kindly have a look and show some love please ❤️‍🩹😍🥰

Presenting a healthy fish curry recipe to you people. Kindly have a look and please try it once ! I am sure you are going to like this healthy fish curry…

ভাইটি নয়নজ্যোতি আৰু শান্তা বাইদেৱে প্ৰমাণ কৰি দিলে যে অসমীয়াৰ জিহ্বাত লাগি থকা কোঁমোৰা আৰু হাঁহৰ মাংস, পইতা ভাতেও জগত জি...
31/03/2023

ভাইটি নয়নজ্যোতি আৰু শান্তা বাইদেৱে প্ৰমাণ কৰি দিলে যে অসমীয়াৰ জিহ্বাত লাগি থকা কোঁমোৰা আৰু হাঁহৰ মাংস, পইতা ভাতেও জগত জিনিব পাৰে ! দুয়োজনলৈ Life: Sing, Eat & Travel ৰ তৰফৰ পৰা হিয়াভৰা অভিনন্দন জনালোঁ ৷

Proud moment for Assam...bro Nayanjyoti and Santa baideo proved that Assamese duck curry with wax gourd and Poita bhat can win your heart.. can win the world ! Congratulations to both of them :)

Want to have a quick look on Nusa Penida, the beautiful island in Bali, Indonesia ??? Have a look on this 1.2 minutes sh...
01/02/2023

Want to have a quick look on Nusa Penida, the beautiful island in Bali, Indonesia ??? Have a look on this 1.2 minutes short video :)

Address

Guwahati

Telephone

+919435780988

Website

Alerts

Be the first to know and let us send you an email when Life: Sing, Eat & Travel posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Life: Sing, Eat & Travel:

Videos

Share