Maa Travels - Kanubari

  • Home
  • Maa Travels - Kanubari

Maa Travels - Kanubari Maa Travels is the first and only bus service from Kanubari to Dibrugarh in Assam, India, via Sonari , Rajgarh and Moran since 2007 .

"মা ট্ৰেভেলচ" বা ৰাইজৰ "মা বাছ" অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ কানুবাৰীৰ পৰা চৰাউদেউ জিলাৰ সোণাৰি , ডিব্ৰুগড় জিলাৰ ৰাজগড় আৰু মৰাণ হৈ ডিব্ৰুগড়লৈ দৈনিক সেৱা আগবঢ়োৱা প্ৰথম আৰু বৰ্তমানলৈকে একমাত্ৰ বাছ সেৱা ।
আমি ২০০৭ চনৰ মাৰ্চ মাহৰে পৰা বৰ্তমানলৈকে নিৰবিচ্ছিন্নভাৱে সেৱা আগবঢ়াবলৈ সক্ষম হোৱাৰ মূলতে আছে "মা বাছ"ৰ প্ৰতি ৰাইজৰ মৰম , আস্থা আৰু বিশ্বাসৰ লগতে বাছৰ প্ৰতিজন কৰ্মচাৰীৰে ঐকান্তিক প্ৰচেষ্টা , কষ্ট আ

ৰু ত্যাগ । সেয়ে বাছৰ প্ৰত্যেক গৰাকী কৰ্মচাৰীৰে এই প্ৰচেষ্টাক আমি সদায়েই সন্মান জনাওঁ ।
২০০৭ চনৰে পৰা এতিয়ালৈকে মা ট্ৰেভেলচ পৰিয়াললৈ কেইবাখনো বাছৰ আগমন ঘটিল আৰু যুগৰ লগত খাপ খোৱাই নতুনক আদৰি লৈ পুৰণিক বিদায় দিয়া হ'ল । লগতে , ডিব্ৰুগড়ৰ উপৰিও তিনিচুকিয়া , ধেমাজি আৰু শিৱসাগৰলৈও আমাৰ সেৱা আৰম্ভ কৰিছিলোঁ যদিও ব্যৱসায়িক কাৰণত আমি সেই সেৱা অব্যাহত ৰাখিব নোৱাৰিলোঁ । বৰ্তমান কেৱল ডিব্ৰগড় আৰু শিৱসাগৰলৈহে আমাৰ বাছসেৱা আছে ।
আশা কৰিছোঁ ৰাইজে আগৰ দৰে একেই বিশ্বাস আৰু মৰমেৰে "মা বাছ"ক আঁকোৱালি ল'ব ।

18/07/2022
The first day of arrival , New Maa Travels , Eicher skyline pro 3009 , 44 seater bus .
02/09/2020

The first day of arrival , New Maa Travels , Eicher skyline pro 3009 , 44 seater bus .

02/09/2020

Address


Telephone

+919365237784

Website

Alerts

Be the first to know and let us send you an email when Maa Travels - Kanubari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Maa Travels - Kanubari:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Travel Agency?

Share