Madhab Digital Seva

Madhab Digital Seva An online service center CSC, from Government of India to provide all Government Services as well as Business services to the citizen of the region.

A online service center from Government of India to provide Government Services as well as Business services to the citizen of the region. Now you can take the advantages of the online services from this Business point at a affordable price! Why have not visite the place for a chance? Visit Today. Or Call: 03672-266328 (O) 09954952328 (M).

19/10/2024

|| CMAAA 2.0 ||
Registration/Application Open. Last Date: 18-11-2024. Contact: 9954952328

14/09/2024

আজি নিশা ১.৪০ বজাত কামপুৰ ষ্টেচনহৈ পৰীক্ষাৰ্থী সকলৰ বাবে এখন বিশেষ ৰেল যাব গুৱাহাটীলৈ...
Special Train 🚆 to GUWAHATI from KAMPUR tonight @ 01:40 AM

02/09/2024

আজি পুৱা ১১ বজাত অসম চৰকাৰৰ ৩য় বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰৱেশ পএ সমূহ প্ৰকাশ পাব

16/07/2024

ট্ৰেভেল এজেন্সী বা এজেন্টৰ কিয় প্ৰয়োজন ?

১) ই আপোনাৰ পইচা বচায় | বহুতৰে ভ্ৰান্ত ধাৰণা আ়ছে ট্ৰেভেল এজেন্সি বা এজেন্টে কমিচন খায় | ই মু়ঠেই শুদ্ধ নহয় | ফ্লাইটৰ পৰা আৰম্ভ কৰি প্ৰত্যেক হোটেলৰ লৈকে এটা হ'লচেল বেপাৰ থাকে যিটো ব্যৱসায়িক ভাষাত B2B অৰ্থাৎ Business to Business বুলি কোৱা হয় |
ধৰক আপুনি এখন হোটেল বুক কৰিছে | কোঠাটোৰ মূল্য ২০০০ টকা | সেই একেই কোঠাটো ট্ৰেভেল এজেন্সি বা এজেন্টে 12% to 30% ডিচকাউন্টত পাব | কিয় ? কাৰণ আপুনি সেই হোটেলখনৰ One time গ্ৰাহক| কিন্তু এজেন্ট বা এজেন্সী তেওঁলোকৰ নিয়মীয়া গ্ৰাহক | ডিচকাউন্টতো থাকিবই | প্ৰতিযোগিতা হোটেল বিলাকৰো থাকে | এইটো বেলেগ বিষয় | পাছত এদিন কম | ঠিক ফ্লাইটত বুকিংটো একেই |
এতিয়া আহক মূল কথালৈ যিটো কোঠা আপুনি 2000/- পালে সেই একেই কোঠাটো 20% discount কৰি এজেন্সি বা এজেন্টে 1600/- টকাত পালে | আৰু এতিয়া তেওঁ কোঠাতো আপোনাক 1800/- টকাত দি দিলে | বাচিল নাই আপোনাৰ দু়শ টকা |
আৰু তেওঁলোকেও অৰ্জন কৰিলে 200/- টকা |
হোটেলৰো একো বিশেষ লোকচান নহ'ল|

২) বহুতে হোটেল অনলাইন বুকিং কৰে| ফটোত দেখা ৰমক জমক হোটেলখন বাস্তব়ত কিম্ভুত কিবাকাৰ ওলায়| তেতিয়া কি কৰিব | Reception বহা কেইজনৰ গালি খোৱা, কাৰণ দৰ্শোৱা চাকৰিৰ এটা অংশই | গুৱাহাটী চিটি বাছৰ ড্ৰাইভাৰৰ লেখীয়া | পুলিচে যিমান গালি পাৰক, গাড়ীত কোবাওক কাণষাৰ নাই |

৩) বহু শিক্ষিত লোকে ভুল কৰে | আমাৰ অসমত গৰম বন্ধ চলি আছে| গাড়ীখন লৈ ঘপককৈ গুছি যায় চুবুৰীয়া ৰাজ্য মেঘালয়লৈ | ভাব - তাত গৈ ভাল হোটেল এখন বাচি ল'ব | ফলস্বৰূপে বহু লোকক ৰাজপথত ল'ৰা ছোৱালী ৰাষ্ট্ৰাৰ দাঁতিত গাড়ীতে ৰাতিটো অবৰ্ণনীয় কষ্টৰে পাৰ কৰা দেখা যায়| কিয়নো চেৰাপুঞ্জীৰ দৰে সকলো পয্যটনস্হলীত এইটো সচৰাচৰ ঘটনা| সেয়েহে এইটো ভুল কাহানিও নকৰিব| নিজেই বুক কৰক বা এজেন্সীৰ জৰিয়তে , কিন্তু প্ৰথমে হোটেল বুক কৰক |

৪) ট্ৰেভেল এজেন্সিয়ে আপোনাৰ সময় বচায় | গাড়ী, হোটেল বুক কৰা আদি কামসমূহৰ পৰা সকাহ দিয়াৰ উপৰিও নিদিষ্ট ঠাইডোখৰত কি কি চাবলগীয়া ঠাই আছে Itinerary অৰ্থাৎ বিবৰণ আপোনাক যোগান ধৰি সহায় কৰে|

৫) হোটেলৰ দৰে গাড়ীৰ ক্ষেত্ৰটো B2B চলে| আপুনি পল্টন বজাৰৰ ষ্টেণ্ডৰ গাড়ীৰ ভাড়া আৰু আমাৰ গাড়ী ভাড়াৰ মাজত আকাশ পাতাল পাৰ্থক্য পাব | ঠিক ড্ৰাইভাৰৰ ব্যৱহাৰৰ ক্ষেত্ৰটো | এইটো বহুত জৰুৰী |
কিয়নো ড্ৰাইভাৰজন সমগ্ৰ ট্যুৰটোত আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ লগত থাকিব |

৬) এজেন্সীৰ জৰিয়তে বুকিং কৰিলে সকলো সময়তে আপুনি পৰামৰ্শ ল'বলৈ বা আলোচনা কৰিবলৈ এজন মানুহ পাব | বিপদকালীন অৱস্থা মানে প্ৰাকৃতিক দুয্যোগত উদ্ধাৰ কৰিবলৈ আপোনাৰ সকাহ এটা থাকিব |

৭) এনে অজস্ৰ কাৰক আছে যি আপোনাৰ ভ্ৰমণটো কম খৰচী, সুখদায়ক আৰু পৰিপূৰ্ণ কৰি তোলাত অৰিহণা যোগায়|

মাধৱ ডিজিটেল সেৱা
Madhab Digital Seva
যোগাযোগ: 099549 52328

🌟 চি এছ চি দিৱসৰ শুভেচ্ছা থাকিল! 🌟এই বিশেষ দিনটোত আমি সমগ্ৰ দেশৰ নাগৰিকসকলক সবলীকৰণ আৰু জীৱন ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত কম...
16/07/2024

🌟 চি এছ চি দিৱসৰ শুভেচ্ছা থাকিল! 🌟

এই বিশেষ দিনটোত আমি সমগ্ৰ দেশৰ নাগৰিকসকলক সবলীকৰণ আৰু জীৱন ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত কমন চাৰ্ভিচ চেণ্টাৰৰ অবিশ্বাস্য প্ৰভাৱ উদযাপন কৰিছো। চি এছ চি হৈছে ডিজিটেল অন্তৰ্ভুক্তিৰ স্তম্ভ, আপোনাৰ দুৱাৰমুখতে অত্যাৱশ্যকীয় সেৱা প্ৰদান কৰি চহৰ আৰু গ্ৰাম্য সম্প্ৰদায়ৰ মাজৰ ব্যৱধান দূৰ কৰে।

*মাধৱ ডিজিটেল সেৱা'* ত আমি এই পৰিৱৰ্তনশীল যাত্ৰাৰ অংশ হিচাপে গৌৰৱান্বিত, প্ৰতিজন নাগৰিকৰ বাবে সুবিধা আৰু সেৱা আগবঢ়াইছো। ই-ষ্টাম্পিঙৰ পৰা আৰটিপিএছলৈকে, বিমান বুকিংৰ পৰা ছুটীৰ পেকেজলৈকে, বীমাৰ পৰা মিউচুৱেল ফাণ্ডলৈকে, আৰু বহুতো, আমি আপোনাক উৎকৃষ্টতা আৰু নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ উৎসৰ্গিত।

আপোনালোকৰ অবিৰত আস্থা আৰু সমৰ্থনৰ বাবে ধন্যবাদ। আহক আমি একেলগে ডিজিটেল বিপ্লৱক আগুৱাই লৈ যাওঁ আৰু প্ৰতিটো দিনক এক উজ্জ্বল, অধিক সংযুক্ত ভৱিষ্যতৰ দিশত এক পদক্ষেপ হিচাপে গঢ়ি তোলোঁ।

সকলোকে CSC দিৱসৰ শুভেচ্ছা জনালোঁ!

আন্তৰিক শুভেচ্ছা,

[মাধৱ শইকীয়া]
মাধব ডিজিটেল সেৱা

Why wait in line when you can go online? Book your vehicle service with MADHAB DIGITAL SEVA today and enjoy seamless and...
08/07/2024

Why wait in line when you can go online? Book your vehicle service with MADHAB DIGITAL SEVA today and enjoy seamless and efficient service from the comfort of your home. 🏠🚘

























17/06/2024

শান্তি-সম্প্ৰীতিৰ বতৰা কঢ়িয়াই অনা এই ঈদুল আজহা ধৰ্মীয় উৎসৱটিয়ে সকলোৰে জীৱন সুখ আৰু সমৃদ্ধিৰে ওপচাই তোলক, সেয়াই কামনা কৰি আজিৰ বিশেষ দিনটিত সমূহ ইছলাম ধৰ্মাৱলম্বী লোকক পৱিত্ৰ উৎসৱ ঈদুল আজহা শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷

Greetings on Eid-Ul-Adha!

চিৰ যুগমীয়া স্মৃতি হিচাপে আপোনালোকেও ৰাখিব পাৰিব। তাৰ বাবে ফটো, তাৰিখ, সময়, আদি দিব পাৰে। সেয়ে 099549 52328  ত contact...
01/05/2024

চিৰ যুগমীয়া স্মৃতি হিচাপে আপোনালোকেও ৰাখিব পাৰিব। তাৰ বাবে ফটো, তাৰিখ, সময়, আদি দিব পাৰে। সেয়ে 099549 52328 ত contact কৰিব পাৰিব।

11/04/2024

🌙✨ Eid Mubarak to all my friends and family celebrating around the world! May this day be filled with love, laughter, and blessings. Wishing you all joy and happiness on this special occasion. 🕌🎉

Mukhya Mantri Lok Sevak Arogya Yojana - Government of Assam
04/04/2024

Mukhya Mantri Lok Sevak Arogya Yojana - Government of Assam

এতিয়া আপুনি   ল'ব পাৰিব মাত্ৰ ২ মিনিটত।   ল'বলৈ আহক   মাধৱ ডিজিটেল সেৱা লৈ ।          Common Services Centers Madhab Di...
31/03/2024

এতিয়া আপুনি ল'ব পাৰিব মাত্ৰ ২ মিনিটত। ল'বলৈ আহক মাধৱ ডিজিটেল সেৱা লৈ ।

Common Services Centers Madhab Digital Seva

General Election 2024, India
27/03/2024

General Election 2024, India

Are you facing difficulty in PM-KISAN Installment?Visit us at Madhab Digital Seva  today and register a complaint on   P...
16/03/2024

Are you facing difficulty in PM-KISAN Installment?

Visit us at Madhab Digital Seva today and register a complaint on Portal.

Only for Rs. 50 per complaint.

12/03/2024

❌❌
*এটা অতি গুৰুত্বপূৰ্ণ আৰু ভয়ংকৰ কথা যে PMAY ঘৰ registration কৰা বুলি কৈ CPGRAMS Grievance Portal ত Registration কৰি আছে যাৰ বাবত ২০০-৩০০ টকা লৈ আছে। PMAY ঘৰ Apply কৰা Portal এতিয়ালৈকে খোলা নাই। মানুহক ভুৱা আশ্বাস দি পইচা লৈ ভুল ৱেবছাইটত Registration কৰা বন্ধ কৰক।
Common Services Centers

মেজিৰ জুইৰ সোণালী বৰণে সকলোৰে মনবোৰ উদ্ভাসিত কৰক,কলুষ কলিমা দাহ কৰি পবিত্ৰ কৰি তোলক ।ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ...
15/01/2024

মেজিৰ জুইৰ সোণালী বৰণে সকলোৰে মনবোৰ উদ্ভাসিত কৰক,কলুষ কলিমা দাহ কৰি পবিত্ৰ কৰি তোলক ।

ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ...

এতিয়া আপুনি   ল'ব পাৰিব মাত্ৰ ২ মিনিটত।   ল'বলৈ আহক  মাধৱ ডিজিটেল সেৱা লৈ ।         Common Services Centers
04/01/2024

এতিয়া আপুনি ল'ব পাৰিব মাত্ৰ ২ মিনিটত। ল'বলৈ আহক মাধৱ ডিজিটেল সেৱা লৈ ।

Common Services Centers

01/01/2024

আকৌ এটা নতুন বছৰ! দিনবোৰ কেনেকৈ কেলেণ্ডাৰৰ পাতত হেৰাই যায়..দি থৈ যায় আমাক নতুন অভিজ্ঞতা, সুখ-দুখ আৰু বহুতো!দিন গৈ থাকিব, আহি থাকিব।প্রতিটো দিনে আমাক শিকায় যায় নতুনকৈ সাজু হ'বলৈ, নিজকে সামৰি ল'বলৈ.. নতুন বছৰৰ হিয়াভৰা শুভেচ্ছা! ❤❤

Hello 2024!
- MADHAB DIGITAL, KAMPUR

ADRE 2.0-ৰ বিজ্ঞাপন আহি গ’ল… সকলোৰে বাবে আৰু এক সুৱৰ্ণ সুযোগ 🤩।   2.0
31/10/2023

ADRE 2.0-ৰ বিজ্ঞাপন আহি গ’ল…
সকলোৰে বাবে আৰু এক সুৱৰ্ণ সুযোগ 🤩। 2.0

Address

Kampur Bus Syndicate
Kampur
782426

Opening Hours

Monday 10am - 7pm
Tuesday 10am - 7pm
Wednesday 10am - 7pm
Thursday 10am - 7pm
Friday 10:30am - 7pm
Saturday 10am - 7pm

Telephone

+919954952328

Alerts

Be the first to know and let us send you an email when Madhab Digital Seva posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Madhab Digital Seva:

Videos

Share

Category

About Us

A online service center from Government of India to provide Government Services as well as Business services to the citizen of the region. Now you can take the advantages of the online services from this Business point at a affordable price! Why have not visit the place for a chance? Visit Today. Or Call: 03672-266328 (O) 09954952328 (M).

Visit - www.mdsk.business.site